அல்குர்ஆன் மொழிபெயர்ப்பு - அசாம் மொழிபெயர்ப்பு - ரபீக் அல்-இஸ்லாம் ஹபீபூர்-ரஹ்மான்

আত-তাকাছুৰ

external-link copy
1 : 102

اَلْهٰىكُمُ التَّكَاثُرُ ۟ۙ

প্ৰাচুৰ্যৰ প্ৰতিযোগিতায় তোমালোকক অমনোযোগী কৰি ৰাখিছে। info
التفاسير:

external-link copy
2 : 102

حَتّٰی زُرْتُمُ الْمَقَابِرَ ۟ؕ

যেতিয়ালৈকে তোমালোকে কবৰত উপনীত নোহোৱা। info
التفاسير:

external-link copy
3 : 102

كَلَّا سَوْفَ تَعْلَمُوْنَ ۟ۙ

সাৱধান! অতি সোনকালে তোমালোকে জানিবলৈ পাবা। info
التفاسير:

external-link copy
4 : 102

ثُمَّ كَلَّا سَوْفَ تَعْلَمُوْنَ ۟ؕ

আকৌ সাৱধান! অতি সোনকালে তোমালোকে জানিবলৈ পাবা। info
التفاسير:

external-link copy
5 : 102

كَلَّا لَوْ تَعْلَمُوْنَ عِلْمَ الْیَقِیْنِ ۟ؕ

হায়! তোমালোকৰ নিশ্চিত জ্ঞান থাকিলে, নিশ্চিতভাৱে তোমালোকে জানিব পাৰিলাহেঁতেন (এই প্ৰতিযোগিতাৰ পৰিণাম কি)। info
التفاسير:

external-link copy
6 : 102

لَتَرَوُنَّ الْجَحِیْمَ ۟ۙ

নিশ্চয় তোমালোকে জাহীম (জাহান্নাম) দেখিবলৈ পাবা। info
التفاسير:

external-link copy
7 : 102

ثُمَّ لَتَرَوُنَّهَا عَیْنَ الْیَقِیْنِ ۟ۙ

আকৌ কৈছোঁ, নিশ্চয় তোমালোকে ইয়াক পতিয়ন যোৱাকৈ দেখিবা। info
التفاسير:

external-link copy
8 : 102

ثُمَّ لَتُسْـَٔلُنَّ یَوْمَىِٕذٍ عَنِ النَّعِیْمِ ۟۠

তাৰ পিছত সেইদিনা নিশ্চয় তোমালোকক নিয়ামত সম্পৰ্কে প্ৰশ্ন কৰা হ’ব। info
التفاسير: