அல்குர்ஆன் மொழிபெயர்ப்பு - அல்முக்தஸர் பீ தப்ஸீரில் குர்ஆனில் கரீமுக்கான அசாம் மொழிபெயர்ப்பு

external-link copy
29 : 83

اِنَّ الَّذِیْنَ اَجْرَمُوْا كَانُوْا مِنَ الَّذِیْنَ اٰمَنُوْا یَضْحَكُوْنَ ۟ؗۖ

নিশ্চয় যিহঁতে কুফুৰীৰ পথত অটুট থাকি অপৰাধ কৰিছে সিহঁতে মুমিনসলক ঠাট্টা কৰি উপহাস কৰিছিল। info
التفاسير:
இப்பக்கத்தின் வசனங்களிலுள்ள பயன்கள்:
• خطر الذنوب على القلوب.
পাপৰ প্ৰভাৱ অন্তৰৰ ওপৰত পৰে। info

• حرمان الكفار من رؤية ربهم يوم القيامة.
কাফিৰসকলে নিজ প্ৰতিপালকৰ সাক্ষাৎৰ পৰা বঞ্চিত থাকিব। info

• السخرية من أهل الدين صفة من صفات الكفار.
দ্বীনদাৰ বা ধাৰ্মীক লোকক পৰিহাস কৰা কাফিৰসকলৰ বিশেষতা। info