அல்குர்ஆன் மொழிபெயர்ப்பு - அல்முக்தஸர் பீ தப்ஸீரில் குர்ஆனில் கரீமுக்கான அசாம் மொழிபெயர்ப்பு

external-link copy
20 : 72

قُلْ اِنَّمَاۤ اَدْعُوْا رَبِّیْ وَلَاۤ اُشْرِكُ بِهٖۤ اَحَدًا ۟

হে ৰাছুল, আপুনি কৈ দিয়কঃ মই কেৱলমাত্ৰ আল্লাহক আহ্বান কৰো। ইবাদতত কাকো তেওঁৰ অংশীদাৰ স্থাপন নকৰো। সি যিয়েই নহওঁক কিয়। info
التفاسير:
இப்பக்கத்தின் வசனங்களிலுள்ள பயன்கள்:
• الجَوْر سبب في دخول النار.
অন্যায়- অত্যাচাৰ জাহান্নামত প্ৰৱেশৰ অন্যতম কাৰণ। info

• أهمية الاستقامة في تحصيل المقاصد الحسنة.
উত্তম লক্ষ্যত উপনীত হবলৈ অবিচল থকাৰ গুৰুত্ব। info

• حُفِظ الوحي من عبث الشياطين.
চয়তানৰ চক্ৰান্তৰ পৰা অহীক সুৰক্ষা প্ৰদান কৰা হৈছে। info