அல்குர்ஆன் மொழிபெயர்ப்பு - அல்முக்தஸர் பீ தப்ஸீரில் குர்ஆனில் கரீமுக்கான அசாம் மொழிபெயர்ப்பு

external-link copy
11 : 70

یُّبَصَّرُوْنَهُمْ ؕ— یَوَدُّ الْمُجْرِمُ لَوْ یَفْتَدِیْ مِنْ عَذَابِ یَوْمِىِٕذٍ بِبَنِیْهِ ۟ۙ

প্ৰত্যেকে নিজৰ ওচৰ সম্বন্ধ আৰু বন্ধুক দেখিব আৰু কোনেও কাৰো পৰা গোপন নাথাকিব। ইয়াৰোপৰি পৰিস্থিতি ইমান ভয়াৱহ হ’ব যে, কোনেও কাকো সোধ-পোচ কৰাৰ সময় নাপাব। তথা যিয়ে জাহান্নামৰ অধিকাৰী হ’ব, সি নিজৰ পৰিৱৰ্তে নিজ সন্তানক শাস্তিৰ বাবে দিব বিচাৰিব। info
التفاسير:
இப்பக்கத்தின் வசனங்களிலுள்ள பயன்கள்:
• شدة عذاب النار حيث يود أهل النار أن ينجوا منها بكل وسيلة مما كانوا يعرفونه من وسائل الدنيا.
জাহান্নামৰ শাস্তি ইমান কঠোৰ হ’ব যে, জাহান্নামী বিলাকে তাৰ পৰা ওলাবলৈ সকলো ধৰণৰ প্ৰয়াস কৰিব। যিবোৰৰ মাধ্যমৰ বিষয়ে সিহঁতে পৃথিৱীত পৰিচিত আছিল। info

• الصلاة من أعظم ما تكفَّر به السيئات في الدنيا، ويتوقى بها من نار الآخرة.
ছালাত হৈছে পৃথিৱীত মানুহক পাপ মোচন কৰা আৰু পৰকালত জাহান্নামৰ পৰা বচোৱাৰ এক মহত্বপূৰ্ণ আমল বা কৰ্ম। info

• الخوف من عذاب الله دافع للعمل الصالح.
আল্লাহৰ শাস্তিৰ ভয়ে মানুহক সত্কৰ্মৰ প্ৰেৰণা দিয়ে। info