அல்குர்ஆன் மொழிபெயர்ப்பு - அல்முக்தஸர் பீ தப்ஸீரில் குர்ஆனில் கரீமுக்கான அசாம் மொழிபெயர்ப்பு

external-link copy
17 : 7

ثُمَّ لَاٰتِیَنَّهُمْ مِّنْ بَیْنِ اَیْدِیْهِمْ وَمِنْ خَلْفِهِمْ وَعَنْ اَیْمَانِهِمْ وَعَنْ شَمَآىِٕلِهِمْ ؕ— وَلَا تَجِدُ اَكْثَرَهُمْ شٰكِرِیْنَ ۟

তাৰ পিছত মই সিহঁতৰ চাৰিওফালৰ পৰা আগমন কৰিম আৰু সিহঁতক আখিৰাতৰ পৰা বিমুখ কৰাৰ প্ৰয়াস কৰিম। পৃথিৱীৰ মোহত পেলাবলৈ যত্ন কৰিম আৰু সিহঁতৰ অন্তৰত সন্দেহ সংশয় সৃষ্টি কৰিম। লগতে সিহঁতক প্ৰবৃত্তিৰ দাসত পৰিণত কৰিম। আৰু হে ৰব্ব! মই সিহঁতৰ মাজত কুফৰক ইমান প্ৰশ্ৰয় দিম যে, অধিকাংশই তোমাৰ কৃতজ্ঞতা জ্ঞাপন নকৰিব। info
التفاسير:
இப்பக்கத்தின் வசனங்களிலுள்ள பயன்கள்:
• دلّت الآيات على أن من عصى مولاه فهو ذليل.
এই আয়াতবোৰৰ দ্বাৰা বুজা গ'ল যে, যিয়ে আল্লাহৰ অবাধ্যতা কৰিব, সি লাঞ্ছিত হ'ব। info

• أعلن الشيطان عداوته لبني آدم، وتوعد أن يصدهم عن الصراط المستقيم بكل أنواع الوسائل والأساليب.
চয়তানে আদম সন্তানৰ লগত নিজৰ শত্ৰুতা ঘোষণা কৰিছে, আৰু সিহঁতক পোন পথৰ পৰা বিৰত ৰাখিবলৈ সকলো প্ৰকাৰ উপায় অৱলম্বন কৰিব বুলি প্ৰতিশ্ৰুতি দিছে। info

• خطورة المعصية وأنها سبب لعقوبات الله الدنيوية والأخروية.
গুনাহৰ ভয়াৱহতা, আৰু গুনাহ হৈছে পৃথিৱী আৰু আখিৰাতত শাস্তি পোৱাৰ কাৰণ। info