அல்குர்ஆன் மொழிபெயர்ப்பு - அல்முக்தஸர் பீ தப்ஸீரில் குர்ஆனில் கரீமுக்கான அசாம் மொழிபெயர்ப்பு

external-link copy
7 : 44

رَبِّ السَّمٰوٰتِ وَالْاَرْضِ وَمَا بَیْنَهُمَا ۘ— اِنْ كُنْتُمْ مُّوْقِنِیْنَ ۟

তেৱেঁই আকাশমণ্ডল, পৃথিৱী আৰু এই দুয়োৰে মাজত থকা সকলো বস্তুৰে প্ৰতিপালক। যদি তোমালোকে এইটো বিশ্বাস কৰা তেন্তে মোৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰা। info
التفاسير:
இப்பக்கத்தின் வசனங்களிலுள்ள பயன்கள்:
• نزول القرآن في ليلة القدر التي هي كثيرة الخيرات دلالة على عظم قدره.
অসংখ্য কল্যাণ নিহিত থকা কদৰৰ ৰাতিত এই কোৰআন অৱতীৰ্ণ হৈছে, ইয়ে কোৰআনৰ গুৰুত্ব প্ৰমাণ কৰে। info

• بعثة الرسل ونزول القرآن من مظاهر رحمة الله بعباده.
ৰাছুল প্ৰেৰণ, কোৰআন অৱতীৰ্ণ আদি হৈছে বান্দাসকলৰ প্ৰতি আল্লাহৰ অনুগ্ৰহ। info

• رسالات الأنبياء تحرير للمستضعفين من قبضة المتكبرين.
ৰাছুলসকলৰ ৰিছালতৰ উদ্দেশ্য হৈছে দুৰ্বল লোকসকলক অহংকাৰী লোকৰ অধীনৰ পৰা স্বাধীন কৰা। info