அல்குர்ஆன் மொழிபெயர்ப்பு - அல்முக்தஸர் பீ தப்ஸீரில் குர்ஆனில் கரீமுக்கான அசாம் மொழிபெயர்ப்பு

external-link copy
55 : 44

یَدْعُوْنَ فِیْهَا بِكُلِّ فَاكِهَةٍ اٰمِنِیْنَ ۟ۙ

তেওঁলোকে তাত সেৱকসকলৰ দ্বাৰা যি ইচ্ছা কৰিব সেই ফল তলব কৰিব পাৰিব। ফল সমাপ্ত হোৱাৰো তেওঁলোকৰ কোনো ভয় নাথাকিব আৰু কোনো ক্ষতি হোৱাৰো আশংকা নাথাকিব। info
التفاسير:
இப்பக்கத்தின் வசனங்களிலுள்ள பயன்கள்:
• الجمع بين العذاب الجسمي والنفسي للكافر.
কাফিৰসকলক শাৰিৰীক আৰু মানসিক উভয় শাস্তি বিহা হ’ব। info

• الفوز العظيم هو النجاة من النار ودخول الجنة.
জাহান্নামৰ পৰা মুক্তি আৰু জান্নাতত প্ৰৱেশ কৰাটোৱে হৈছে মহাসফলতা। info

• تيسير الله لفظ القرآن ومعانيه لعباده.
আল্লাহে বান্দাসকলৰ বাবে কোৰআনৰ শব্দ আৰু অৰ্থ সহজ কৰি দিছে। info