அல்குர்ஆன் மொழிபெயர்ப்பு - அல்முக்தஸர் பீ தப்ஸீரில் குர்ஆனில் கரீமுக்கான அசாம் மொழிபெயர்ப்பு

external-link copy
21 : 36

اتَّبِعُوْا مَنْ لَّا یَسْـَٔلُكُمْ اَجْرًا وَّهُمْ مُّهْتَدُوْنَ ۟

হে মোৰ সম্প্ৰদায়ৰ লোকসকল! তেওঁলোকৰ কথা মানি লোৱা, যিসকলে তোমালোকক বাৰ্তা পৌঁচাই দিয়াৰ বিনিময়ত পাৰিশ্ৰমিক নিবিচাৰে, লগতে আল্লাহৰ অহী পৌঁচাই দিয়াৰ ক্ষেত্ৰত তেওঁলোক হৈছে হিদায়তপ্ৰাপ্ত। এনেকুৱা লোকৰ অনুসৰণ নকৰিলে, তোমালোকে কাৰ অনুসৰণ কৰিবা? info
التفاسير:
இப்பக்கத்தின் வசனங்களிலுள்ள பயன்கள்:
• أهمية القصص في الدعوة إلى الله.
আল্লাহৰ প্ৰতি আহ্বানৰ ক্ষেত্ৰত ঘটনাৱলী বৰ্ণনা কৰাৰ গুৰুত্ব। info

• الطيرة والتشاؤم من أعمال الكفر.
অমঙ্গল বিশ্বাস কৰাটো হৈছে কুফৰী কাৰ্য। info

• النصح لأهل الحق واجب .
সত্যবাদীসকলৰ হিতাকাংক্ষী হোৱাটো অনিবাৰ্য। info

• حب الخير للناس صفة من صفات أهل الإيمان.
মানৱ জাতিৰ কল্যাণ কামনা কৰাটো হৈছে মুমিনসকলৰ বৈশিষ্ট্য। info