அல்குர்ஆன் மொழிபெயர்ப்பு - அல்முக்தஸர் பீ தப்ஸீரில் குர்ஆனில் கரீமுக்கான அசாம் மொழிபெயர்ப்பு

external-link copy
62 : 33

سُنَّةَ اللّٰهِ فِی الَّذِیْنَ خَلَوْا مِنْ قَبْلُ ۚ— وَلَنْ تَجِدَ لِسُنَّةِ اللّٰهِ تَبْدِیْلًا ۟

প্ৰকাশ্যভাৱে নিফাক কৰা মুনাফিকসকলৰ ক্ষেত্ৰত এইটোৱে হৈছে আল্লাহৰ ধাৰাবাহিক নিয়ম। আল্লাহৰ এই নিয়ম চিৰপ্ৰতিষ্ঠিত। ইয়াত কেতিয়াও আপুনি কোনো ধৰণৰ পৰিবৰ্তন নাপাব। info
التفاسير:
இப்பக்கத்தின் வசனங்களிலுள்ள பயன்கள்:
• علوّ منزلة النبي صلى الله عليه وسلم عند الله وملائكته.
আল্লাহ আৰু তেওঁৰ ফিৰিস্তাসকলৰ ওচৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ আছে অতি উচ্চ মৰ্যাদা। info

• حرمة إيذاء المؤمنين دون سبب.
বিনা অপৰাধত মুমিনসকলক কষ্ট দিয়া হাৰাম। info

• النفاق سبب لنزول العذاب بصاحبه.
নিফাকে মুনাফিকৰ ওচৰলৈ শাস্তি কঢ়িয়াই আনে। info