அல்குர்ஆன் மொழிபெயர்ப்பு - அல்முக்தஸர் பீ தப்ஸீரில் குர்ஆனில் கரீமுக்கான அசாம் மொழிபெயர்ப்பு

external-link copy
57 : 27

فَاَنْجَیْنٰهُ وَاَهْلَهٗۤ اِلَّا امْرَاَتَهٗ ؗ— قَدَّرْنٰهَا مِنَ الْغٰبِرِیْنَ ۟

এতেকে আমি তেওঁক আৰু তেওঁৰ পৰিয়ালবৰ্গক সুৰক্ষিত অৱস্থাত ৰক্ষা কৰিছিলোঁ; কিন্তু তেওঁৰ পত্নীৰ বাহিৰে। তাইৰ বিষয়ে আমাৰ সিদ্ধান্ত এইটো আছিল যে, তাই অৱশিষ্ট লোকৰ অন্তৰ্ভুক্ত হৈ শাস্তিত পতিত হ’ব, যাতে বিনাশ হোৱা লোকৰ তালিকাভুক্ত হয়। info
التفاسير:
இப்பக்கத்தின் வசனங்களிலுள்ள பயன்கள்:
• لجوء أهل الباطل للعنف عندما تحاصرهم حجج الحق.
বাতিলপন্থীসকলে যেতিয়া সত্যৰ যুক্তি খণ্ডন কৰিব নোৱাৰে, তেতিয়া উৎপীড়ন তথা অন্যায়-অত্যাচাৰত অৱতীৰ্ণ হয়। info

• رابطة الزوجية دون الإيمان لا تنفع في الآخرة.
পতি-পত্নীৰ সম্পৰ্ক যদি ঈমানৰ পৰা খালী হয় তেন্তে সেই সম্পৰ্কই আখিৰাতত কোনো লাভদায়ক নহ'ব। info

• ترسيخ عقيدة التوحيد من خلال التذكير بنعم الله.
আল্লাহৰ নিয়ামতসমূহ স্মৰণ কৰি তাওহীদৰ আক্বীদাক অন্তৰত দৃঢ়ভাৱে গাঁথি লোৱা উচিত। info

• كل مضطر من مؤمن أو كافر فإن الله قد وعده بالإجابة إذا دعاه.
প্ৰত্যেক নিৰুপায় ব্যক্তি, মুমিন হওক অথবা কাফিৰ; যদি আল্লাহৰ ওচৰত দুআ কৰে তেন্তে আল্লাহে তাৰ দুআ কবূল কৰিব বুলি তেওঁ প্ৰতিশ্ৰুতি দিছে। info