அல்குர்ஆன் மொழிபெயர்ப்பு - அல்முக்தஸர் பீ தப்ஸீரில் குர்ஆனில் கரீமுக்கான அசாம் மொழிபெயர்ப்பு

external-link copy
90 : 26

وَاُزْلِفَتِ الْجَنَّةُ لِلْمُتَّقِیْنَ ۟ۙ

জান্নাতক মুত্ত্বাক্বীসকলৰ নিকটৱৰ্তী কৰা হ’ব, যিসকলে নিজ প্ৰতিপালকৰ আদেশ পালন কৰিছিল আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকিছিল। info
التفاسير:
இப்பக்கத்தின் வசனங்களிலுள்ள பயன்கள்:
• أهمية سلامة القلب من الأمراض كالحسد والرياء والعُجب.
অন্তৰক ঈৰ্ষা, লোকপ্ৰদৰ্শন তথা অহংকাৰ আদিৰ দৰে ৰোগৰ পৰা পৱিত্ৰ ৰখাৰ গুৰুত্ব। info

• تعليق المسؤولية عن الضلال على المضلين لا تنفع الضالين.
বিভ্ৰান্ত কৰাৰ দোষ পথভ্ৰষ্টকাৰীসকলৰ কান্ধত জাপি দিয়াটো পথভ্ৰষ্টসকলৰ বাবে কেতিয়াও উপকাৰী হ'ব নোৱাৰে। info

• التكذيب برسول الله تكذيب بجميع الرسل.
আল্লাহৰ যিকোনো এজন ৰাছুলক অস্বীকাৰ কৰাটোৱে গোটেই ৰাছুলসকলক অস্বীকাৰ কৰা বুজায়। info

• حُسن التخلص في قصة إبراهيم من الاستطراد في ذكر القيامة ثم الرجوع إلى خاتمة القصة.
ইব্ৰাহীম আলাইহিচ্ছালামৰ ঘটনা বৰ্ণনা কৰাৰ পিছত কিয়ামতৰ বিষয়ে বৰ্ণনা কৰি, পুনৰ ঘটনালৈ উভতি অহাটো সুন্দৰ সমাপ্তি হৈছে। info