அல்குர்ஆன் மொழிபெயர்ப்பு - அல்முக்தஸர் பீ தப்ஸீரில் குர்ஆனில் கரீமுக்கான அசாம் மொழிபெயர்ப்பு

external-link copy
144 : 26

فَاتَّقُوا اللّٰهَ وَاَطِیْعُوْنِ ۟ۚ

এতেকে তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা। তথা মই তোমালোকক যিবোৰ আদেশ দিওঁ, সেইবোৰ মানি চলা; আৰু মই তোমালোকক যিবোৰ বস্তুৰ পৰা নিষেধ কৰোঁ, সেইবোৰৰ পৰা বিৰত থকা। info
التفاسير:
இப்பக்கத்தின் வசனங்களிலுள்ள பயன்கள்:
• توالي النعم مع الكفر استدراج للهلاك.
কুফৰী কৰাৰ পিছতো ধাৰাবাহিকভাৱে নিয়ামত পোৱাটোৱে ধ্বংসৰ পিনে গতি কৰা বুজায়। info

• التذكير بالنعم يُرتجى منه الإيمان والعودة إلى الله من العبد.
এইকাৰণে নিয়ামত স্মৰণ কৰাই দিয়া হয়, যাতে বান্দাই ঈমান পোষণ কৰে আৰু আল্লাহৰ ফালে উভতি আহে। info

• المعاصي هي سبب الفساد في الأرض.
পাপ কৰ্মই হৈছে পৃথিৱীত উপদ্ৰৱ তথা বিপৰ্যয় সৃষ্টিৰ মূল কাৰক। info