அல்குர்ஆன் மொழிபெயர்ப்பு - அல்முக்தஸர் பீ தப்ஸீரில் குர்ஆனில் கரீமுக்கான அசாம் மொழிபெயர்ப்பு

external-link copy
102 : 21

لَا یَسْمَعُوْنَ حَسِیْسَهَا ۚ— وَهُمْ فِیْ مَا اشْتَهَتْ اَنْفُسُهُمْ خٰلِدُوْنَ ۟ۚ

তেওঁলোকে জাহান্নামৰ শব্দ শুনা নাপাব, তেওঁলোক নিজৰ পছন্দ অনুযায়ী নিয়ামত আৰু আকৰ্ষণীয় বস্তুৰ মাজত চিৰকাল থাকিব। তেওঁলোকৰ সেই নিয়ামত কেতিয়াও অন্ত নপৰিব। info
التفاسير:
இப்பக்கத்தின் வசனங்களிலுள்ள பயன்கள்:
• الصلاح سبب للتمكين في الأرض.
সদাচাৰিতা হৈছে পৃথিৱীত প্ৰতিষ্ঠা লাভ কৰাৰ অন্যতম কাৰণ। info

• بعثة النبي صلى الله عليه وسلم وشرعه وسنته رحمة للعالمين.
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰেৰণ, তেওঁৰ চৰীয়ত আৰু তেওঁৰ ছুন্নত সকলো সৃষ্টিৰ বাবে ৰহমত। info

• الرسول صلى الله عليه وسلم لا يعلم الغيب.
ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম গায়েবী জ্ঞান সম্পৰ্কে অৱগত নহয়। info

• علم الله بما يصدر من عباده من قول.
বান্দাৰ মুখৰ পৰা উলিওৱা সকলো কথা সম্পৰ্কে আল্লাহ সম্যক অৱগত। info