அல்குர்ஆன் மொழிபெயர்ப்பு - அல்முக்தஸர் பீ தப்ஸீரில் குர்ஆனில் கரீமுக்கான அசாம் மொழிபெயர்ப்பு

আন-নাচ

சூராவின் இலக்குகளில் சில:
الحث على الاستعاذة بالله من شر الشيطان ووسوسته.
চয়তানৰ অনিষ্ট আৰু তাৰ কুমন্ত্ৰণাৰ পৰা আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰিবলৈ উৎসাহিত কৰা হৈছে। info

external-link copy
1 : 114

قُلْ اَعُوْذُ بِرَبِّ النَّاسِ ۟ۙ

হে ৰাছুল কৈ দিয়ক, মই মানুহৰ প্ৰতিপালকক মজবুতকৈ ধৰোঁ। আৰু তেওঁৰ আশ্ৰয় বিচাৰোঁ। info
التفاسير:
இப்பக்கத்தின் வசனங்களிலுள்ள பயன்கள்:
• إثبات صفات الكمال لله، ونفي صفات النقص عنه.
আল্লাহ পৰিপূৰ্ণ বৈশিষ্ট্যৰ অধিকাৰী এই কথা সাব্যস্ত কৰা, আৰু তেওঁ সকলো অপূৰ্ণতাৰ পৰা পৱিত্ৰ। info

• ثبوت السحر، ووسيلة العلاج منه.
যাদুৰ বাস্তৱতা আৰু ইয়াৰ চিকিত্সাৰ পদ্ধতি। info

• علاج الوسوسة يكون بذكر الله والتعوذ من الشيطان.
চয়তানৰ কুমন্ত্ৰণাৰ চিকিত্সা হৈছে আল্লাহৰ যিকিৰ বা স্মৰণ লগতে চয়তানৰ পৰা আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰা। info