அல்குர்ஆன் மொழிபெயர்ப்பு - அல்முக்தஸர் பீ தப்ஸீரில் குர்ஆனில் கரீமுக்கான அசாம் மொழிபெயர்ப்பு

external-link copy
106 : 11

فَاَمَّا الَّذِیْنَ شَقُوْا فَفِی النَّارِ لَهُمْ فِیْهَا زَفِیْرٌ وَّشَهِیْقٌ ۟ۙ

এতেকে কুফুৰী আৰু কুকৰ্ম কৰাৰ কাৰণে দুৰ্ভগীয়া লোকসকলে জাহান্নামত প্ৰৱেশ কৰিব। তাত জাহান্নামৰ অগ্নিশিখাৰ উত্তাপত সিহঁতে চিঞঁৰিব আৰু উশাহ-নিশাহৰ শব্দও উচ্চ হ'ব। info
التفاسير:
இப்பக்கத்தின் வசனங்களிலுள்ள பயன்கள்:
• التحذير من اتّباع رؤساء الشر والفساد، وبيان شؤم اتباعهم في الدارين.
অসত্কৰ্ম আৰু বিপৰ্যয় সৃষ্টিকাৰী প্ৰতিনিধিৰ অনুসৰণৰ পৰা সতৰ্ক কৰা হৈছে, লগতে এই কথাও বৰ্ণনা কৰা হৈছে যে, সিহঁতৰ অনুসৰণ কৰিলে ইহকাল আৰু পৰকালত ক্ষতিৰ সন্মুখীন হ'ব লাগিব। info

• تنزه الله تعالى عن الظلم في إهلاك أهل الشرك والمعاصي.
গুনাহগাৰ, মুশ্বৰিকসকলক ধ্বংস কৰাৰ ক্ষেত্ৰত অন্যায়ৰ পৰা আল্লাহ পৰিপূৰ্ণৰূপে পৱিত্ৰ। info

• لا تنفع آلهة المشركين عابديها يوم القيامة، ولا تدفع عنهم العذاب.
ক্বিয়ামতৰ দিনা মুশ্বৰিকসকলৰ উপাস্যবোৰে একো উপকাৰ কৰিব নোৱাৰিব আৰু সিহঁতৰ পৰা শাস্তিও প্ৰতিৰোধ কৰিব নোৱাৰিব। info

• انقسام الناس يوم القيامة إلى: سعيد خالد في الجنان، وشقي خالد في النيران.
ক্বিয়ামতৰ দিনা মানুহ দুই ভাগত বিভক্ত হব। সৌভাগ্যৱান, তেওঁলোক চিৰস্থায়ী জান্নাতৰ অধিবাসী হ'ব আৰু আনটো হ'ব দুৰ্ভগীয়া, সিহঁত অনন্ত কালৰ বাবে জাহান্নামৰ অধিবাসী হ'ব। info