د قرآن کریم د معناګانو ژباړه - اسامي ژبې ته د المختصر في تفسير القرآن الكريم ژباړه

external-link copy
113 : 9

مَا كَانَ لِلنَّبِیِّ وَالَّذِیْنَ اٰمَنُوْۤا اَنْ یَّسْتَغْفِرُوْا لِلْمُشْرِكِیْنَ وَلَوْ كَانُوْۤا اُولِیْ قُرْبٰی مِنْ بَعْدِ مَا تَبَیَّنَ لَهُمْ اَنَّهُمْ اَصْحٰبُ الْجَحِیْمِ ۟

মুশ্বৰিকসকলৰ বাবে আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা নবীৰ বাবে উচিত নহয়, আৰু মুমিনসকলৰ বাবেও উচিত নহয়, যদিও সি তেওঁলোকৰ আত্মীয় নহওঁক কিয়। যিহেতু এই কথা স্পষ্ট হৈছে যে, মুশ্বৰিক অৱস্থাত মৃত্যুবৰণকাৰী জাহান্নামীসকলৰ অন্তৰ্ভুক্ত। info
التفاسير:
په دې مخ کې د ایتونو د فایدو څخه:
• بطلان الاحتجاج على جواز الاستغفار للمشركين بفعل إبراهيم عليه السلام.
ইব্ৰাহীম আলাইহিছ ছালামৰ উক্ত কৰ্মক প্ৰমাণ হিচাপে লৈ মুশ্বৰিকসকলৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা বৈধ বুলি ভৱা ঠিক নহয়। info

• أن الذنوب والمعاصي هي سبب المصائب والخذلان وعدم التوفيق.
পাপকৰ্ম আৰু গুনাহ হৈছে বিপদ-আপদ আৰু আল্লাহৰ সহায়ৰ পৰা বঞ্চিত হোৱাৰ লগতে সৎকৰ্মৰ তাওফীক নোপোৱাৰ অন্যতম কাৰণ। info

• أن الله هو مالك الملك، وهو ولينا، ولا ولي ولا نصير لنا من دونه.
নিশ্চয় আল্লাহেই বিশ্বজগতৰ মালিক, আৰু তেৱেঁই আমাৰ সংৰক্ষক। তেওঁৰ বাহিৰে আমাৰ আন কোনো সংৰক্ষক তথা সহায়ক নাই। info

• بيان فضل أصحاب النبي صلى الله عليه وسلم على سائر الناس.
আন আন লোকৰ তুলনাত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছাহাবাসকলৰ শ্ৰেষ্ঠতাৰ বৰ্ণনা। info