د قرآن کریم د معناګانو ژباړه - اسامي ژبې ته د المختصر في تفسير القرآن الكريم ژباړه

external-link copy
3 : 87

وَالَّذِیْ قَدَّرَ فَهَدٰی ۟

আৰু যিজনে সকলো সৃষ্টিৰ প্ৰকাৰ, বৰ্গ আৰু বিশেষতা নিৰ্ধাৰণ কৰিছে আৰু প্ৰত্যেক সৃষ্টিক তাৰ বাবে উচিত তথা অনুকূলীয় বস্তু প্ৰদান কৰিছে। info
التفاسير:
په دې مخ کې د ایتونو د فایدو څخه:
• تحفظ الملائكة الإنسان وأعماله خيرها وشرها ليحاسب عليها.
ফিৰিস্তা সকলে মানুহক আৰু মানুহৰ ভাল-বেয়া কৰ্মবোৰক সংৰক্ষণ কৰে, যাতে তাৰ হিচাপ-নিকাচ লোৱা হয়। info

• ضعف كيد الكفار إذا قوبل بكيد الله سبحانه.
আল্লাহৰ কৌশলৰ আগত কাফিৰৰ ষড়যন্ত্ৰবোৰ অতি দূৰ্বল। info

• خشية الله تبعث على الاتعاظ.
আল্লাহৰ ভয়ে উপদেশ গ্ৰহণত উদ্বুদ্ধ কৰে। info