د قرآن کریم د معناګانو ژباړه - اسامي ژبې ته د المختصر في تفسير القرآن الكريم ژباړه

external-link copy
21 : 83

یَّشْهَدُهُ الْمُقَرَّبُوْنَ ۟ؕ

এই কৰ্ম পত্ৰৰ ওচৰত প্ৰত্যেক আকাশৰ নিকটৱৰ্তী ফিৰিস্তা উপস্থিত থাকে। info
التفاسير:
په دې مخ کې د ایتونو د فایدو څخه:
• خطر الذنوب على القلوب.
পাপৰ প্ৰভাৱ অন্তৰৰ ওপৰত পৰে। info

• حرمان الكفار من رؤية ربهم يوم القيامة.
কাফিৰসকলে নিজ প্ৰতিপালকৰ সাক্ষাৎৰ পৰা বঞ্চিত থাকিব। info

• السخرية من أهل الدين صفة من صفات الكفار.
দ্বীনদাৰ বা ধাৰ্মীক লোকক পৰিহাস কৰা কাফিৰসকলৰ বিশেষতা। info