د قرآن کریم د معناګانو ژباړه - اسامي ژبې ته د المختصر في تفسير القرآن الكريم ژباړه

external-link copy
21 : 79

فَكَذَّبَ وَعَصٰی ۟ؗۖ

তেতিয়া ফিৰআউনৰ তৰফৰ পৰা এই প্ৰতিক্ৰিয়া প্ৰকাশ পাইছিল যে, সি এই নিদৰ্শনাৱলী অস্বীকাৰ কৰিলে আৰু মুছা (আলাইহিছ ছালাম)ৰ আদেশ অৱমাননা কৰিলে। info
التفاسير:
په دې مخ کې د ایتونو د فایدو څخه:
• وجوب الرفق عند خطاب المدعوّ.
কাকো ধৰ্মৰ ফালে আহ্বান কৰাৰ সময়ত তাৰ লগত সৰলতাৰ সৈতে কথা কোৱা জৰুৰী। info

• الخوف من الله وكفّ النفس عن الهوى من أسباب دخول الجنة.
আল্লাহৰ ভয় আৰু প্ৰবৃত্তিৰ অনুসৰণৰ পৰা বিৰত থকাটো জান্নাতত প্ৰৱেশৰ অন্যতম কাৰণ। info

• علم الساعة من الغيب الذي لا يعلمه إلا الله.
ক্বিয়ামত কেতিয়া সংঘটিত হব, এয়া গায়েব বা অদৃশ্যৰ কথা, আল্লাহৰ বাহিৰে আন কোনেও নাজানে। info

• بيان الله لتفاصيل خلق السماء والأرض.
আল্লাহ তাআলাৰ আকাশ আৰু পৃথিৱীৰ সৃষ্টি সম্পৰ্কে বিৱৰণ। info