د قرآن کریم د معناګانو ژباړه - اسامي ژبې ته د المختصر في تفسير القرآن الكريم ژباړه

external-link copy
19 : 79

وَاَهْدِیَكَ اِلٰی رَبِّكَ فَتَخْشٰی ۟ۚ

আৰু তোমাৰ প্ৰতিপালকৰ পথ প্ৰদৰ্শন কৰো যিয়ে তোমাক সৃষ্টি কৰিছে আৰু তোমাক চোৱা-চিতা কৰিছে। এতেকে তুমি তাক ভয় কৰিবা নে? আৰু এনেকুৱা কাম কৰিবানে যিবোৰে তেওঁক সন্তুষ্টু কৰে আৰু তেওঁক অসন্তুষ্ট কৰা কামৰ পৰা বিৰত থাকিবানে? info
التفاسير:
په دې مخ کې د ایتونو د فایدو څخه:
• وجوب الرفق عند خطاب المدعوّ.
কাকো ধৰ্মৰ ফালে আহ্বান কৰাৰ সময়ত তাৰ লগত সৰলতাৰ সৈতে কথা কোৱা জৰুৰী। info

• الخوف من الله وكفّ النفس عن الهوى من أسباب دخول الجنة.
আল্লাহৰ ভয় আৰু প্ৰবৃত্তিৰ অনুসৰণৰ পৰা বিৰত থকাটো জান্নাতত প্ৰৱেশৰ অন্যতম কাৰণ। info

• علم الساعة من الغيب الذي لا يعلمه إلا الله.
ক্বিয়ামত কেতিয়া সংঘটিত হব, এয়া গায়েব বা অদৃশ্যৰ কথা, আল্লাহৰ বাহিৰে আন কোনেও নাজানে। info

• بيان الله لتفاصيل خلق السماء والأرض.
আল্লাহ তাআলাৰ আকাশ আৰু পৃথিৱীৰ সৃষ্টি সম্পৰ্কে বিৱৰণ। info