د قرآن کریم د معناګانو ژباړه - اسامي ژبې ته د المختصر في تفسير القرآن الكريم ژباړه

external-link copy
9 : 65

فَذَاقَتْ وَبَالَ اَمْرِهَا وَكَانَ عَاقِبَةُ اَمْرِهَا خُسْرًا ۟

সিহঁতে নিজৰ বেয়া কৰ্মৰ পৰিণাম ভোগ কৰিছে। এতেকে সিহঁতৰ পৃথিৱীৰ পৰিণামো হৈছে ক্ষতি আৰু আখিৰাতৰ পৰিণামো হৈছে ক্ষতি। info
التفاسير:
په دې مخ کې د ایتونو د فایدو څخه:
• عدم وجوب الإرضاع على الحامل إذا طلقت.
গৰ্ভৱতী মহিলাক তালাক প্ৰদান কৰিলে, তাইৰ বাবে শিশুক দুগ্ধ পান কৰোৱা বাধ্যতামূলক নহয়। info

• التكليف لا يكون إلا بالمستطاع.
দায়িত্ব কেৱল সেইটোৱে দিব পৰা যায়, যিটো কৰাৰ ক্ষমতা তাৰ আছে। info

• الإيمان بقدرة الله وإحاطة علمه بكل شيء سبب للرضا وسكينة القلب.
আল্লাহৰ পূৰ্ণক্ষমতা আৰু তেওঁৰ অসীম জ্ঞানৰ প্ৰতি ঈমান পোষণে মানুহক সন্তুষ্টি আৰু আন্তৰিক প্ৰশান্তি প্ৰদান কৰে। info