د قرآن کریم د معناګانو ژباړه - اسامي ژبې ته د المختصر في تفسير القرآن الكريم ژباړه

external-link copy
4 : 61

اِنَّ اللّٰهَ یُحِبُّ الَّذِیْنَ یُقَاتِلُوْنَ فِیْ سَبِیْلِهٖ صَفًّا كَاَنَّهُمْ بُنْیَانٌ مَّرْصُوْصٌ ۟

নিশ্চয় আল্লাহে সেইজন মুমিন বান্দাক ভাল পায়, যিয়ে তেওঁৰ পথত তেওঁৰ সন্তুষ্টি প্ৰাপ্তিৰ বাবে এনেকৈ শাৰীবদ্ধ হৈ যুদ্ধ কৰে যেনিবা পকী বেৰ, ইটোৰ লগত সিটো লগ লাগি আছে। info
التفاسير:
په دې مخ کې د ایتونو د فایدو څخه:
• مشروعية مبايعة ولي الأمر على السمع والطاعة والتقوى.
শাসকসকলৰ হাতত, তেওঁলোকৰ কথা শুনা, মানা আৰু আল্লাহৰ তাক্বৱা অৱলম্বন কৰাৰ প্ৰতিজ্ঞা কৰা বা বাইআত কৰা বৈধ। info

• وجوب الصدق في الأفعال ومطابقتها للأقوال.
কৰ্মত সত্যতা থকা অৰ্থাৎ কথাৰ লগত কামৰ মিল থকাটো জৰুৰী। info

• بيَّن الله للعبد طريق الخير والشر، فإذا اختار العبد الزيغ والضلال ولم يتب فإن الله يعاقبه بزيادة زيغه وضلاله.
আল্লাহে বান্দাসকলৰ বাবে ভাল-বেয়া উভয় পথ বৰ্ণনা কৰি দিছে। এতেকে এতিয়া যদি বান্দাই নিজৰ বাবে পথভ্ৰষ্টতাক বাচি লয় আৰু তাওবা নকৰে তেন্তে আল্লাহে শাস্তিস্বৰূপে তাৰ পথভ্ৰষ্টতা তথা বক্ৰতা আৰু বৃদ্ধি কৰি দিয়ে। info