د قرآن کریم د معناګانو ژباړه - اسامي ژبې ته د المختصر في تفسير القرآن الكريم ژباړه

external-link copy
45 : 51

فَمَا اسْتَطَاعُوْا مِنْ قِیَامٍ وَّمَا كَانُوْا مُنْتَصِرِیْنَ ۟ۙ

সিহঁতে নিজৰ ওপৰত অহা শাস্তিকো প্ৰতিৰোধ কৰিব পৰা নাছিল, আৰু কেনেকৈ প্ৰতিৰোধ কৰিব, সিহঁতৰ ওচৰত এনেকুৱা কোনো শক্তিও নাছিল যে, ইয়াক বাধা দিব পাৰিব। info
التفاسير:
په دې مخ کې د ایتونو د فایدو څخه:
• الإيمان أعلى درجة من الإسلام.
ইছলামতকৈ ঈমানৰ মৰ্যাদা অধিক। info

• إهلاك الله للأمم المكذبة درس للناس جميعًا.
অস্বীকাৰকাৰী উম্মতবোৰক আল্লাহে ধ্বংস কৰা বিষয়টো হৈছে গোটেই মানৱজাতিৰ বাবে এটা শিক্ষা। info

• الخوف من الله يقتضي الفرار إليه سبحانه بالعمل الصالح، وليس الفرار منه.
আল্লাহক ভয় কৰাৰ অৰ্থ হৈছে, তেওঁৰ পিনে অগ্ৰসৰ হৈ সৎকৰ্ম কৰা, তেওঁৰ পৰা আঁতৰি যোৱা নহয়। info