د قرآن کریم د معناګانو ژباړه - اسامي ژبې ته د المختصر في تفسير القرآن الكريم ژباړه

external-link copy
38 : 51

وَفِیْ مُوْسٰۤی اِذْ اَرْسَلْنٰهُ اِلٰی فِرْعَوْنَ بِسُلْطٰنٍ مُّبِیْنٍ ۟

মূছা আলাইহিচ্ছালামৰ কাহিনতো আছে নিদৰ্শন, যেতিয়া আমি তেওঁক স্পষ্ট দলিল-প্ৰমাণসহ ফিৰআউনৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ। সেইসকল লোকৰ বাবে নিদৰ্শন, যিসকলে কষ্টদায়ক শাস্তিক ভয় কৰে। info
التفاسير:
په دې مخ کې د ایتونو د فایدو څخه:
• الإيمان أعلى درجة من الإسلام.
ইছলামতকৈ ঈমানৰ মৰ্যাদা অধিক। info

• إهلاك الله للأمم المكذبة درس للناس جميعًا.
অস্বীকাৰকাৰী উম্মতবোৰক আল্লাহে ধ্বংস কৰা বিষয়টো হৈছে গোটেই মানৱজাতিৰ বাবে এটা শিক্ষা। info

• الخوف من الله يقتضي الفرار إليه سبحانه بالعمل الصالح، وليس الفرار منه.
আল্লাহক ভয় কৰাৰ অৰ্থ হৈছে, তেওঁৰ পিনে অগ্ৰসৰ হৈ সৎকৰ্ম কৰা, তেওঁৰ পৰা আঁতৰি যোৱা নহয়। info