د قرآن کریم د معناګانو ژباړه - اسامي ژبې ته د المختصر في تفسير القرآن الكريم ژباړه

external-link copy
79 : 40

اَللّٰهُ الَّذِیْ جَعَلَ لَكُمُ الْاَنْعَامَ لِتَرْكَبُوْا مِنْهَا وَمِنْهَا تَاْكُلُوْنَ ۟ؗ

আল্লাহেই তোমালোকৰ বাবে উট, গৰু আৰু ছাগলী আদি সৃষ্টি কৰিছে, যাতে সেইবোৰৰ কিছুমানক তোমালোকে পৰিবহণ হিচাপে ব্যৱহাৰ কৰিব পাৰা আৰু কিছুমানৰ মাংস ভক্ষণ কৰিব পাৰা। info
التفاسير:
په دې مخ کې د ایتونو د فایدو څخه:
• لله رسل غير الذين ذكرهم الله في القرآن الكريم نؤمن بهم إجمالًا.
পৱিত্ৰ কোৰআনত যিবোৰ নবী-ৰাছুলৰ নাম উল্লেখ হৈছে, তেওঁলোকৰ বাহিৰেও আল্লাহৰ ফালৰ পৰা বহুতো ৰাছুল প্ৰেৰিত হৈছিল, তেওঁলোকৰ প্ৰতিও আমি সামুহিকভাৱে ঈমান পোষণ কৰোঁ। info

• من نعم الله تبيينه الآيات الدالة على توحيده.
তাওহীদৰ প্ৰমাণবহন কৰা আয়াতসমূহ স্পষ্টভাৱে বৰ্ণনা কৰাটোও এক প্ৰকাৰ আল্লাহৰ ফালৰ পৰা নিয়ামত। info

• خطر الفرح بالباطل وسوء عاقبته على صاحبه.
বাতিলকলৈ আনন্দিত হোৱাৰ ক্ষতি আৰু ইয়াৰ বেয়া পৰিণাম। info

• بطلان الإيمان عند معاينة العذاب المهلك.
বিনাশকাৰী শাস্তি প্ৰত্যক্ষ কৰাৰ পিছত ঈমান পোষণ কৰিলে, সেই ঈমানৰ কোনো মূল্য নাই। info