د قرآن کریم د معناګانو ژباړه - اسامي ژبې ته د المختصر في تفسير القرآن الكريم ژباړه

external-link copy
33 : 35

جَنّٰتُ عَدْنٍ یَّدْخُلُوْنَهَا یُحَلَّوْنَ فِیْهَا مِنْ اَسَاوِرَ مِنْ ذَهَبٍ وَّلُؤْلُؤًا ۚ— وَلِبَاسُهُمْ فِیْهَا حَرِیْرٌ ۟

এই নিৰ্বাচিত লোকসকলে চিৰস্থায়ী জান্নাতত প্ৰৱেশ কৰিব। তাত তেওঁলোকে পৰিধান কৰিব মুকুতা আৰু সোণৰ কঙ্কন, আৰু তেওঁলোকৰ পোচাক হ’ব ৰেচমৰ। info
التفاسير:
په دې مخ کې د ایتونو د فایدو څخه:
• فضل أمة محمد صلى الله عليه وسلم على سائر الأمم.
আন আন সকলো উম্মতৰ ওপৰত নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ উম্মতক প্ৰাধান্য দিয়া হৈছে। info

• تفاوت إيمان المؤمنين يعني تفاوت منزلتهم في الدنيا والآخرة.
মুমিনসকলৰ ঈমানৰ তাৰতম্যই প্ৰমাণ কৰে যে, পৃথিৱী আৰু আখিৰাতত তেওঁলোকৰ মৰ্যাদা ভিন ভিন হ’ব। info

• الوقت أمانة يجب حفظها، فمن ضيعها ندم حين لا ينفع الندم.
সময় হৈছে এটা আমানত, ইয়াক সুৰক্ষিত ৰখা অনিবাৰ্য। যিয়ে ইয়াক অপচয় কৰিব, সি এনেকুৱা সময়ত অনুতপ্ত হ’ব, যি সময়ৰ অনুতপ্তই একো লাভ নিদিব। info

• إحاطة علم الله بكل شيء.
আল্লাহৰ জ্ঞানে সকলো বস্তুকে পৰিবেষ্টন কৰি আছে। info