د قرآن کریم د معناګانو ژباړه - اسامي ژبې ته د المختصر في تفسير القرآن الكريم ژباړه

external-link copy
65 : 33

خٰلِدِیْنَ فِیْهَاۤ اَبَدًا ۚ— لَا یَجِدُوْنَ وَلِیًّا وَّلَا نَصِیْرًا ۟ۚ

সিহঁতৰ বাবে প্ৰস্তুত কৰা সেই জুইশালত সিহঁত চিৰকাল অৱস্থান কৰিব। তাত সিহঁতৰ কোনো অভিভাৱক নাথাকিব, যিয়ে সিহঁতক উপকাৰ কৰিব পাৰিব; আৰু কোনো সহায়কো নাথাকিব, যিয়ে সিহঁতৰ পৰা শাস্তি দূৰ কৰিব পাৰিব। info
التفاسير:
په دې مخ کې د ایتونو د فایدو څخه:
• اختصاص الله بعلم الساعة.
কিয়ামতৰ সঠিক জ্ঞান একমাত্ৰ আল্লাহৰ ওচৰতহে আছে। info

• تحميل الأتباع كُبَرَاءَهُم مسؤوليةَ إضلالهم لا يعفيهم هم من المسؤولية.
অনুগামীসকলে নেতাসকলৰ ওপৰত বিভ্ৰান্ত কৰাৰ দোষ জাপি দিলেই সিহঁত দোষমুক্ত হৈ নপৰিব। info

• شدة التحريم لإيذاء الأنبياء بالقول أو الفعل.
নবীসকলক কথাৰ দ্বাৰাই হওক অথবা কৰ্মৰ দ্বাৰা, তেওঁলোকক কষ্ট দিয়াটো কঠোৰভাৱে নিষিদ্ধ। info

• عظم الأمانة التي تحمّلها الإنسان.
মানুহে গ্ৰহণ কৰা দায়িত্বটো অতি গুৰুত্বপূৰ্ণ দায়িত্ব। info