د قرآن کریم د معناګانو ژباړه - اسامي ژبې ته د المختصر في تفسير القرآن الكريم ژباړه

external-link copy
107 : 3

وَاَمَّا الَّذِیْنَ ابْیَضَّتْ وُجُوْهُهُمْ فَفِیْ رَحْمَةِ اللّٰهِ ؕ— هُمْ فِیْهَا خٰلِدُوْنَ ۟

আৰু যিসকলৰ মুখমণ্ডল উজ্জ্বল হ’ব, তেওঁলোকৰ ঠিকনা হ’ব নিয়ামত ভৰা জান্নাত। তেওঁলোক তাত চিৰকাল থাকিব। তেওঁলোক এনেকুৱা নিয়ামতৰ মাজত থাকিব যিবোৰ কেতিয়াও ধ্বংস নহ’ব আৰু কেতিয়াও পৰিবৰ্তন নহ’ব। info
التفاسير:
په دې مخ کې د ایتونو د فایدو څخه:
• متابعة أهل الكتاب في أهوائهم تقود إلى الضلال والبعد عن دين الله تعالى.
আহলে কিতাবৰ প্ৰবৃত্তিৰ অনুসৰণে মানুহক পথভ্ৰষ্ট আৰু আল্লাহৰ দ্বীনৰ পৰা আঁতৰ কৰি দিয়ে। info

• الاعتصام بالكتاب والسُّنَّة والاستمساك بهديهما أعظم وسيلة للثبات على الحق، والعصمة من الضلال والافتراق.
কিতাপ ও ছুন্নতক মজবুত ভাৱে খামুচি ধৰা তথা ইয়াৰ নিয়ম-কানূনসমূহক দৃঢ়ভাৱে ধাৰণ কৰাটো হৈছে সত্যৰ ওপৰত দৃঢ়তা আৰু ভ্ৰষ্টতা আৰু বিভেদৰ পৰা সুৰক্ষিত থকাৰ আটাইতকৈ ডাঙৰ উপায়। info

• الافتراق والاختلاف الواقع في هذه الأمة في قضايا الاعتقاد فيه مشابهة لمن سبق من أهل الكتاب.
এই উম্মতৰ ভিতৰত থকা আক্বীদা সম্পৰ্কীয় মতভেদ, আহলে কিতাবসকলৰ মতভেদৰ দৰেই। info

• وجوب الأمر بالمعروف والنهي عن المنكر؛ لأن به فلاح الأمة وسبب تميزها.
সত্কৰ্মৰ আদেশ আৰু অসত্কৰ্মৰ পৰা নিষেধ কৰা অনিবাৰ্য, কাৰণ ইয়াৰ মাজতেই আছে উম্মতৰ সফলতা আৰু শ্ৰেষ্ঠতা। info