د قرآن کریم د معناګانو ژباړه - اسامي ژبې ته د المختصر في تفسير القرآن الكريم ژباړه

external-link copy
69 : 27

قُلْ سِیْرُوْا فِی الْاَرْضِ فَانْظُرُوْا كَیْفَ كَانَ عَاقِبَةُ الْمُجْرِمِیْنَ ۟

হে ৰাছুল! পুনৰুত্থানক অস্বীকাৰকাৰী এই লোকসকলক কৈ দিয়ক, তোমালোকে পৃথিৱীৰ বিভিন্ন প্ৰান্তত ঘূৰি পকি চোৱা, লগতে খা-খবৰ লৈ চোৱা পুনৰুত্থানক অস্বীকাৰ কৰা লোকসকলৰ পৰিণাম কেনেকুৱা আছিল। সিহঁতৰ কুঃচৰিত্ৰৰ কাৰণে আমি সিহঁতক ধ্বংস কৰিছিলোঁ। info
التفاسير:
په دې مخ کې د ایتونو د فایدو څخه:
• علم الغيب مما اختص به الله، فادعاؤه كفر.
গায়েব সম্পৰ্কীয় জ্ঞান একমাত্ৰ আল্লাহৰ বাবে নিৰ্দিষ্ট। গায়েব সম্পৰ্কীয় জ্ঞানৰ দাবী কৰা কুফৰী কাম। info

• الاعتبار بالأمم السابقة من حيث مصيرها وأحوالها طريق النجاة.
বিগত উম্মতসমূহৰ পৰিণাম আৰু সিহঁতৰ অৱস্থাৰ পৰা শিক্ষা লোৱাটো এক প্ৰকাৰ মুক্তিৰ পথ। info

• إحاطة علم الله بأعمال عباده.
আল্লাহ তাআলা বান্দাৰ সকলো কৰ্ম সম্পৰ্কে অৱগত। info

• تصحيح القرآن لانحرافات بني إسرائيل وتحريفهم لكتبهم.
কোৰআনে বনী ইছৰাঈলৰ পথভ্ৰষ্টতা সম্পৰ্কে আলোচনা কৰি তাৰ প্ৰতিকাৰ বৰ্ণনা কৰে, লগতে সিহঁতে ঐশীগ্ৰন্থসমূহক যিদৰে বিকৃত কৰিছিল, সেইবোৰ আঙুলিয়াই দিয়ে। info