د قرآن کریم د معناګانو ژباړه - اسامي ژبې ته د المختصر في تفسير القرآن الكريم ژباړه

external-link copy
208 : 26

وَمَاۤ اَهْلَكْنَا مِنْ قَرْیَةٍ اِلَّا لَهَا مُنْذِرُوْنَ ۟

আমি বিগত যিমানবোৰ উম্মতক ধ্বংস কৰিছোঁ, সেইবোৰৰ মাজত প্ৰথমে ৰাছুল প্ৰেৰণ কৰি আৰু কিতাব অৱতীৰ্ণ কৰি সিহঁতৰ অজুহাত দেখুৱাৰ দুৱাৰ বন্ধ কৰিছোঁ। info
التفاسير:
په دې مخ کې د ایتونو د فایدو څخه:
• إثبات العدل لله، ونفي الظلم عنه.
আল্লাহৰ ক্ষেত্ৰত ন্যায় হৈছে সদায় ইতিবাচক, আৰু অন্যায়-অত্যাচাৰ হৈছে নেতিবাচক। info

• تنزيه القرآن عن قرب الشياطين منه.
কোৰআন যে চয়তানৰ ফালৰ পৰা নহয়, এই কথা স্পষ্টভাৱে নসাৎ কৰি পৱিত্ৰ ঘোষণা কৰা হৈছে। info

• أهمية اللين والرفق للدعاة إلى الله.
ধৰ্ম প্ৰচাৰকসকলৰ বাবে নম্ৰতা তথা কোমলতা অৱলম্বন কৰা অতি আৱশ্যক। info

• الشعر حَسَنُهُ حَسَن، وقبيحه قبيح.
কবিতা যদি ভাল হয় তেন্তে ভাল বুলিয়ে পৰিগণিত হ’ব; আনহাতে বেয়া হ’লে, বেয়া বুলিয়ে পৰিগণিত হ’ব। info