د قرآن کریم د معناګانو ژباړه - اسامي ژبې ته د المختصر في تفسير القرآن الكريم ژباړه

external-link copy
184 : 26

وَاتَّقُوا الَّذِیْ خَلَقَكُمْ وَالْجِبِلَّةَ الْاَوَّلِیْنَ ۟ؕ

সেই সত্ত্বাৰ তাক্বৱা অৱলম্বন কৰা, যিজনে তোমালোকক সৃষ্টি কৰিছে আৰু তোমালোকৰ পূৰ্বৱৰ্তী উম্মতসমূহক সৃষ্টি কৰিছে; লগতে তেওঁক ভয় কৰা, যাতে তেওঁ তোমালোকৰ ওপৰত শাস্তি অৱতীৰ্ণ নকৰে। info
التفاسير:
په دې مخ کې د ایتونو د فایدو څخه:
• كلما تعمَّق المسلم في اللغة العربية، كان أقدر على فهم القرآن.
এজন মুছলিমে আৰবী ভাষা যিমান গভীৰভাৱে অধ্যয়ন কৰিব, সেই অনুপাতে কোৰআন বুজাৰ দক্ষতা লাভ কৰিব। info

• الاحتجاج على المشركين بما عند المُنْصِفين من أهل الكتاب من الإقرار بأن القرآن من عند الله.
ঐশীগ্ৰন্থ প্ৰাপ্ত লোকসকলৰ মাজৰ ন্যায়প্ৰিয় লোকসকলৰ এই স্বীকাৰোক্তি মুশ্বৰিকসকলৰ বিৰুদ্ধে উপযুক্ত প্ৰমাণ যে, কোৰআন আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ। info

• ما يناله الكفار من نعم الدنيا استدراج لا كرامة.
কাফিৰসকলে পৃথিৱীত লাভ কৰা নিয়ামতবোৰ হৈছে সিহঁতৰ বাবে এক প্ৰকাৰ অৱকাশ, সন্মান নহয়। info