د قرآن کریم د معناګانو ژباړه - اسامي ژبې ته د المختصر في تفسير القرآن الكريم ژباړه

external-link copy
46 : 25

ثُمَّ قَبَضْنٰهُ اِلَیْنَا قَبْضًا یَّسِیْرًا ۟

ইয়াৰ পিছত লাহে লাহে যিদৰে সূৰ্য ওপৰলৈ উঠে, আমিও লাহে লাহে ছাঁটোক সৰু কৰি পেলাওঁ। info
التفاسير:
په دې مخ کې د ایتونو د فایدو څخه:
• انحطاط الكافر إلى مستوى دون مستوى الحيوان بسبب كفره بالله.
কাফিৰসকলে আল্লাহৰ লগত কুফৰী কৰাৰ কাৰণে চতুষ্পদ জন্তুতকৈও নিকৃষ্ট হৈ পৰে, বৰং তাতকৈও অধম হৈ পৰে। info

• ظاهرة الظل آية من آيات الله الدالة على قدرته.
ছাঁ হৈছে আল্লাহৰ নিদৰ্শনসমূহৰ মাজৰ এটা অন্যতম নিদৰ্শন, যিটো আল্লাহৰ ক্ষমতাৰ প্ৰমাণ বহন কৰে। info

• تنويع الحجج والبراهين أسلوب تربوي ناجح.
বিভিন্ন ধৰণৰ যুক্তি আৰু প্ৰমাণ উপস্থাপন কৰাটো হৈছে প্ৰশিক্ষণৰ সফল পদ্ধতি। info

• الدعوة بالقرآن من صور الجهاد في سبيل الله.
কোৰআনৰ দ্বাৰা মানুহক আল্লাহৰ প্ৰতি আহ্বান কৰা, এইটো আল্লাহৰ পথত সংগ্ৰাম কৰাৰ অন্যতম এটা ৰূপ। info