د قرآن کریم د معناګانو ژباړه - اسامي ژبې ته د المختصر في تفسير القرآن الكريم ژباړه

external-link copy
119 : 2

اِنَّاۤ اَرْسَلْنٰكَ بِالْحَقِّ بَشِیْرًا وَّنَذِیْرًا ۙ— وَّلَا تُسْـَٔلُ عَنْ اَصْحٰبِ الْجَحِیْمِ ۟

হে নবী! আমি আপোনাক সত্য দ্বীনৰ সৈতে প্ৰেৰণ কৰিছো, যাৰ মাজত কোনো সন্দেহ নাই; যাতে আপুনি মুমিনসকলক সুসংবাদ দিয়ে আৰু কাফিৰসকলক জাহান্নামৰ ভয় দেখুৱায়। আপোনাৰ কাম কেৱল স্পষ্টভাৱে পৌঁচাই দিয়া। আল্লাহে আপোনাক সেইসকল জাহান্নামীৰ বিষয়ে প্ৰশ্ন নকৰিব যিসকলে আপোনাৰ প্ৰতি ঈমান পোষণ কৰা নাই। info
التفاسير:
په دې مخ کې د ایتونو د فایدو څخه:
• الكفر ملة واحدة وإن اختلفت أجناس أهله وأماكنهم، فهم يتشابهون في كفرهم وقولهم على الله بغير علم.
কুফৰৰ এটাই ধৰ্ম। ইয়াৰ অনুসাৰীসকলৰ কেৱল দল আৰু স্থান বেলেগ বেলেগ। কিন্তু কুফৰৰ ক্ষেত্ৰত আৰু আল্লাহৰ প্ৰতি জ্ঞান নোহোৱাকৈ কথা কোৱাৰ ক্ষেত্ৰত সিহঁত সমান। info

• أعظم الناس جُرْمًا وأشدهم إثمًا من يصد عن سبيل الله، ويمنع من أراد فعل الخير.
আটাইতকৈ ডাঙৰ অপৰাধী আৰু পাপিষ্ঠ সেইজন ব্যক্তি যিয়ে মানুহক আল্লাহৰ পথৰ পৰা বিৰত ৰাখে আৰু সত্কৰ্মত বাধা দিয়ে। info

• تنزّه الله تعالى عن الصاحبة والولد، فهو سبحانه لا يحتاج لخلقه.
আল্লাহ তাআলা স্ত্ৰী আৰু সন্তানৰ পৰা পৱিত্ৰ। তেওঁৰ পৱিত্ৰ সত্ত্বা সৃষ্টিৰ মুখাপেক্ষী নহয়। info