د قرآن کریم د معناګانو ژباړه - اسامي ژبې ته د المختصر في تفسير القرآن الكريم ژباړه

external-link copy
11 : 19

فَخَرَجَ عَلٰی قَوْمِهٖ مِنَ الْمِحْرَابِ فَاَوْحٰۤی اِلَیْهِمْ اَنْ سَبِّحُوْا بُكْرَةً وَّعَشِیًّا ۟

যাকাৰিয়্যা আলাইহিচ্ছালামে উপাসনা গৃহৰ পৰা ওলাই নিজ সম্প্ৰদায়ৰ ওচৰলৈ আহিল আৰু তেওঁলোকৰ লগত কথা নোকোৱাকৈ ইংগিতেৰে বুজাই দিলে যে, তোমালোকে পূৱা-গধুলি পৱিত্ৰ আল্লাহৰ পৱিত্ৰতা বৰ্ণনা কৰিবা। info
التفاسير:
په دې مخ کې د ایتونو د فایدو څخه:
• الضعف والعجز من أحب وسائل التوسل إلى الله؛ لأنه يدل على التَّبَرُّؤِ من الحول والقوة، وتعلق القلب بحول الله وقوته.
শিৰ নত কৰা আৰু বিনীত হোৱাটো আল্লাহৰ নৈকট্য অৱলম্বন কৰাৰ এটা প্ৰিয় মাধ্যম। কিয়নো এইটোৱে প্ৰমাণ কৰে যে, মানুহৰ ওচৰত কোনো শক্তি সামৰ্থ নাই। অন্তৰৰ সম্পৰ্ক আল্লাহৰ শক্তি সামৰ্থৰ লগত জৰিত। info

• يستحب للمرء أن يذكر في دعائه نعم الله تعالى عليه، وما يليق بالخضوع.
মানুহে দুআ কৰাৰ সময়ত আল্লাহে প্ৰদান কৰা নিয়ামতসমূহ উল্লেখ কৰা উচিত তথা বিনয়ী ভাৱ প্ৰকাশ কৰা উচিত। info

• الحرص على مصلحة الدين وتقديمها على بقية المصالح.
ধাৰ্মিক হিতসমূহ ৰক্ষা কৰা আৰু আন আন হিতৰ ওপৰত ইয়াক প্ৰাধান্য দিয়া উচিত। info

• تستحب الأسماء ذات المعاني الطيبة.
উত্তম অৰ্থবিশিষ্ট নাম ৰখা মুস্তাহাব। info