د قرآن کریم د معناګانو ژباړه - اسامي ژبې ته د المختصر في تفسير القرآن الكريم ژباړه

external-link copy
38 : 14

رَبَّنَاۤ اِنَّكَ تَعْلَمُ مَا نُخْفِیْ وَمَا نُعْلِنُ ؕ— وَمَا یَخْفٰی عَلَی اللّٰهِ مِنْ شَیْءٍ فِی الْاَرْضِ وَلَا فِی السَّمَآءِ ۟

হে আমাৰ প্ৰতিপালক! তুমি প্ৰত্যেক সেই বিষয়ে অৱগত যিবোৰ আমি গোপন কৰো আৰু যিবোৰ প্ৰকাশ কৰো। পৃথিৱী আৰু আকাশৰ কোনো বস্তুৱেই আল্লাহৰ পৰা গোপন নহয়, বৰং তেওঁ সকলো জানে। এতেকে আমি তেওঁৰ কিমান মুখাপেক্ষী, আমাৰ অভাৱ অনাটন আৰু চাহিদা তেওঁৰ পৰা গোপন নহয়। info
التفاسير:
په دې مخ کې د ایتونو د فایدو څخه:
• بيان فضيلة مكة التي دعا لها نبي الله إبراهيم عليه الصلاة والسلام.
মক্কা নগৰীৰ শ্ৰেষ্ঠতাৰ বৰ্ণনা, যাৰ বাবে ইব্ৰাহীম আলাইহিছ ছালামে দুআ কৰিছিল। info

• أن الإنسان مهما ارتفع شأنه في مراتب الطاعة والعبودية ينبغي له أن يخاف على نفسه وذريته من جليل الشرك ودقيقه.
মানুহে আনুগত্য আৰু ইবাদতৰ ক্ষেত্ৰত যিমানেই ডাঙৰ মৰ্যাদা নাপাওক কিয়, তেওঁ নিজে আৰু নিজ সন্তান-সন্ততিৰ বাবে সদায় শ্বিৰ্কৰ পৰা ভয় কৰা উচিত। info

• دعاء إبراهيم عليه الصلاة والسلام يدل على أن العبد مهما ارتفع شأنه يظل مفتقرًا إلى الله تعالى ومحتاجًا إليه.
ইব্ৰাহীম আলাইহিছ ছালামৰ প্ৰাৰ্থনাই এই কথা প্ৰমাণ কৰে যে, বান্দা যিমানেই মৰ্যদাশীল নহওঁক কিয়, সদায় আল্লাহৰ মুখাপেক্ষী। info

• من أساليب التربية: الدعاء للأبناء بالصلاح وحسن المعتقد والتوفيق في إقامة شعائر الدين.
লালন-পালনৰ এটা অন্যতম দিশ হৈছে এই যে, নিজৰ সন্তানৰ বাবে নেকী আৰু সঠিক আক্বীদাৰ বাবে দুআ কৰা উচিত, লগতে দুআ কৰা উচিত তেওঁলোক যাতে ধৰ্মীয় নীতি নিয়ম মানি চলিব পাৰে। info