ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫.

external-link copy
8 : 85

وَمَا نَقَمُوْا مِنْهُمْ اِلَّاۤ اَنْ یُّؤْمِنُوْا بِاللّٰهِ الْعَزِیْزِ الْحَمِیْدِ ۟ۙ

আৰু সেই কাফিৰসকলে মুমিনসকলৰ এইটোৱে দোষ দিছিল যে, তেওঁলোকে আল্লাহৰ প্ৰতি ঈমান আনিছিল, যিয়ে প্ৰভুত্বশালী, যাক কোনেও পৰাজিত কৰিব নোৱাৰে। আৰু প্ৰত্যেক ক্ষেত্ৰতে তেওঁ প্ৰশংসনীয়। info
التفاسير:
ߟߝߊߙߌ ߟߎ߫ ߢߊ߬ߕߣߐ ߘߏ߫ ߞߐߜߍ ߣߌ߲߬ ߞߊ߲߬:
• يكون ابتلاء المؤمن على قدر إيمانه.
মুমিনৰ ঈমান অনুসৰি তাৰ পৰীক্ষা হয়। info

• إيثار سلامة الإيمان على سلامة الأبدان من علامات النجاة يوم القيامة.
শৰীৰ সুৰক্ষাতকৈ ঈমানৰ সুৰক্ষাক অগ্ৰাধিকাৰ দিয়া, ক্বিয়ামতৰ দিনৰ মুক্তিৰ এক পৰিচয়। info

• التوبة بشروطها تهدم ما قبلها.
যদি তাওবা ইয়াৰ চৰ্তাৱলীসহ কৰা হয়, তেন্তে ইয়াৰ আগত কৰা পাপসমূহ ক্ষমা হৈ যায়। info