ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫.

external-link copy
25 : 79

فَاَخَذَهُ اللّٰهُ نَكَالَ الْاٰخِرَةِ وَالْاُوْلٰی ۟ؕ

অৱশেষত আল্লাহ তাআলাই তাক কৰায়ত্ব কৰিলে আৰু তাক সাগৰত ডুবাই পৃথিৱীত শাস্তি বিহিলে আৰু পৰকালত তাক কঠোৰ শাস্তি দিয়া হব। info
التفاسير:
ߟߝߊߙߌ ߟߎ߫ ߢߊ߬ߕߣߐ ߘߏ߫ ߞߐߜߍ ߣߌ߲߬ ߞߊ߲߬:
• وجوب الرفق عند خطاب المدعوّ.
কাকো ধৰ্মৰ ফালে আহ্বান কৰাৰ সময়ত তাৰ লগত সৰলতাৰ সৈতে কথা কোৱা জৰুৰী। info

• الخوف من الله وكفّ النفس عن الهوى من أسباب دخول الجنة.
আল্লাহৰ ভয় আৰু প্ৰবৃত্তিৰ অনুসৰণৰ পৰা বিৰত থকাটো জান্নাতত প্ৰৱেশৰ অন্যতম কাৰণ। info

• علم الساعة من الغيب الذي لا يعلمه إلا الله.
ক্বিয়ামত কেতিয়া সংঘটিত হব, এয়া গায়েব বা অদৃশ্যৰ কথা, আল্লাহৰ বাহিৰে আন কোনেও নাজানে। info

• بيان الله لتفاصيل خلق السماء والأرض.
আল্লাহ তাআলাৰ আকাশ আৰু পৃথিৱীৰ সৃষ্টি সম্পৰ্কে বিৱৰণ। info