ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫.

external-link copy
18 : 79

فَقُلْ هَلْ لَّكَ اِلٰۤی اَنْ تَزَكّٰی ۟ۙ

আৰু তাক কোৱা (হে ফিৰ আউন) তুমি কুফুৰী আৰু পাপৰ পৰা পৱিত্ৰ হবলৈ নিবিচৰা নেকি? info
التفاسير:
ߟߝߊߙߌ ߟߎ߫ ߢߊ߬ߕߣߐ ߘߏ߫ ߞߐߜߍ ߣߌ߲߬ ߞߊ߲߬:
• وجوب الرفق عند خطاب المدعوّ.
কাকো ধৰ্মৰ ফালে আহ্বান কৰাৰ সময়ত তাৰ লগত সৰলতাৰ সৈতে কথা কোৱা জৰুৰী। info

• الخوف من الله وكفّ النفس عن الهوى من أسباب دخول الجنة.
আল্লাহৰ ভয় আৰু প্ৰবৃত্তিৰ অনুসৰণৰ পৰা বিৰত থকাটো জান্নাতত প্ৰৱেশৰ অন্যতম কাৰণ। info

• علم الساعة من الغيب الذي لا يعلمه إلا الله.
ক্বিয়ামত কেতিয়া সংঘটিত হব, এয়া গায়েব বা অদৃশ্যৰ কথা, আল্লাহৰ বাহিৰে আন কোনেও নাজানে। info

• بيان الله لتفاصيل خلق السماء والأرض.
আল্লাহ তাআলাৰ আকাশ আৰু পৃথিৱীৰ সৃষ্টি সম্পৰ্কে বিৱৰণ। info