ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫.

external-link copy
3 : 68

وَاِنَّ لَكَ لَاَجْرًا غَیْرَ مَمْنُوْنٍ ۟ۚ

নিশ্চয় আপুনি মানুহলৈ আল্লাহৰ যি সংবাদ পৌঁছাই আছে তাৰ পৰিণাম অন্তহীন। এই সম্পৰ্কে কোনোবাই আপোনাৰ প্ৰতি সহানুভূতিশীল হ’ব নোৱাৰে। info
التفاسير:
ߟߝߊߙߌ ߟߎ߫ ߢߊ߬ߕߣߐ ߘߏ߫ ߞߐߜߍ ߣߌ߲߬ ߞߊ߲߬:
• اتصاف الرسول صلى الله عليه وسلم بأخلاق القرآن.
ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম, কুৰআনত বৰ্ণিত আচৰণ আৰু ব্যৱহাৰৰ বাস্তৱ নমুনা বা আদৰ্শ আছিল। info

• صفات الكفار صفات ذميمة يجب على المؤمن الابتعاد عنها، وعن طاعة أهلها.
কাফিৰসকলৰ আচৰণ বিধি অতি নিকৃষ্ট। মুমিনসকলে সিহঁতৰ পৰা আৰু সিহঁতৰ অনুসৰণৰ পৰা বিৰত থকা উচিত। info

• من أكثر الحلف هان على الرحمن، ونزلت مرتبته عند الناس.
যিয়ে অধিক শপত কৰে, সি ৰহমান (আল্লাহ)ৰ দৃষ্টিত অতি তুচ্ছ, আৰু সি মানুহৰ দৃষ্টিত নিজৰ সন্মান বিনষ্ট কৰে। info