ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫.

external-link copy
16 : 67

ءَاَمِنْتُمْ مَّنْ فِی السَّمَآءِ اَنْ یَّخْسِفَ بِكُمُ الْاَرْضَ فَاِذَا هِیَ تَمُوْرُ ۟ۙ

তোমালোকে সেই আল্লাহৰ পৰা নিৰ্ভয় হৈছা নেকি যিয়ে আকাশত বিৰাজমান, তেওঁ তোমালোকৰ তলৰ মাটি ফাট মেলাই দিব যিদৰে কাৰুনৰ তলৰ পৰা মাটি ফাট মেলাই দিছিল। যিহেতু প্ৰথমে সমভূমি আছিল আৰু থকা-মেলাৰ যোগ্য আছিল। তাৰ পিছত হঠাৎ তোমালোকৰ সৈতে থৰথৰকৈ কঁপিবলৈ ধৰিলে? info
التفاسير:
ߟߝߊߙߌ ߟߎ߫ ߢߊ߬ߕߣߐ ߘߏ߫ ߞߐߜߍ ߣߌ߲߬ ߞߊ߲߬:
• اطلاع الله على ما تخفيه صدور عباده.
আল্লাহে বান্দাৰ অন্তৰত গোপন আৰু লুপ্ত থকা সকলো কথাই জানে। info

• الكفر والمعاصي من أسباب حصول عذاب الله في الدنيا والآخرة.
কুফুৰী আৰু পাপ কৰ্ম পৃথিৱী আৰু পৰকালত আল্লাহৰ শাস্তি ভোগ কৰাৰ কাৰণ। info

• الكفر بالله ظلمة وحيرة، والإيمان به نور وهداية.
আল্লাহৰ লগত কুফুৰী হল অন্ধকাৰ আৰু অশান্তি। আৰু তেওঁৰ প্ৰতি ঈমান হ’ল জ্যোতি আৰু হিদায়ত। info