ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫.

external-link copy
23 : 57

لِّكَیْلَا تَاْسَوْا عَلٰی مَا فَاتَكُمْ وَلَا تَفْرَحُوْا بِمَاۤ اٰتٰىكُمْ ؕ— وَاللّٰهُ لَا یُحِبُّ كُلَّ مُخْتَالٍ فَخُوْرِ ۟ۙ

এইটো এইবাবে যে, হে মানৱ সমাজ! যাতে তোমালোকে হেৰুৱা বিষয়ৰ ওপৰত দুশ্চিন্তাগ্ৰস্ত নোহোৱা। আনহাতে তেওঁ যি নিয়ামত দান কৰিছে, সেইবোৰকলৈও যাতে অহংকাৰমূলক আনন্দত উৎফুল্লিত নোহোৱা। নিশ্চয় আল্লাহে মানুহক যি দান কৰিছে, সেইবোৰকলৈ অহংকাৰ কৰা দাম্ভিক ব্যক্তিক তেওঁ পছন্দ নকৰে। info
التفاسير:
ߟߝߊߙߌ ߟߎ߫ ߢߊ߬ߕߣߐ ߘߏ߫ ߞߐߜߍ ߣߌ߲߬ ߞߊ߲߬:
• الزهد في الدنيا وما فيها من شهوات، والترغيب في الآخرة وما فيها من نعيم دائم يُعينان على سلوك الصراط المستقيم.
পৃথিৱী আৰু ইয়াৰ মাজত থকা প্ৰলোভনীয় বস্তুৰ পৰা বিৰাগী হৈ আখিৰাত আৰু তাত থকা স্থায়ী নিআমতৰ প্ৰতি অনুৰাগী হ’লে সৰল পথ অনুসৰণত সহায়ক হয়। info

• وجوب الإيمان بالقدر.
ভাগ্যলিপিৰ প্ৰতি ঈমান পোষণ কৰা অপৰিহার্য। info

• من فوائد الإيمان بالقدر عدم الحزن على ما فات من حظوظ الدنيا.
ভাগ্যৰ প্ৰতি ঈমান পোষণ কৰাৰ অন্যতম এটা উপকাৰ হৈছে এই যে, পাৰ্থিৱ জীৱনৰ কোনো সুবিধা লাভ কৰিব নোৱাৰিলে চিন্তাই গা কৰি নলয়। info

• البخل والأمر به خصلتان ذميمتان لا يتصف بهما المؤمن.
কৃপণালী কৰা আৰু এই বিষয়ে মানুহক নির্দেশ প্ৰদান কৰা, দুয়োটাই নিন্দনীয় স্বভাৱ। এই দুয়োটা স্বভাৱ কেতিয়াও মুমিনৰ হ’ব নোৱাৰে। info