ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫.

external-link copy
46 : 55

وَلِمَنْ خَافَ مَقَامَ رَبِّهٖ جَنَّتٰنِ ۟ۚ

আৰু যি ব্যক্তিয়ে পৰকালত নিজ প্ৰতিপালকৰ সন্মুখত দণ্ডায়মান হোৱাক ভয় কৰে তথা ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তাৰ বাবে আছে দুটা জান্নাত। info
التفاسير:
ߟߝߊߙߌ ߟߎ߫ ߢߊ߬ߕߣߐ ߘߏ߫ ߞߐߜߍ ߣߌ߲߬ ߞߊ߲߬:
• أهمية الخوف من الله واستحضار رهبة الوقوف بين يديه.
আল্লাহক ভয় কৰাৰ গুৰুত্ব, আৰু তেওঁৰ সন্মুখত দণ্ডায়মান হোৱাৰ কথাক সদায় স্মৰণ কৰা। info

• مدح نساء الجنة بالعفاف دلالة على فضيلة هذه الصفة في المرأة.
জান্নাতী নাৰীসকলক সতী-সাধ্বী বুলি প্রশংসা কৰা হৈছে, গতিকে এইটোৱে উক্ত বৈশিষ্ট্যৰ অধিকাৰিণী নাৰীসকলৰ মর্যাদাৰ প্রমাণ বহন কৰে। info

• الجزاء من جنس العمل.
যেনেকুৱা কৰ্ম তেনেকুৱা ফল। info