ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫.

external-link copy
13 : 54

وَحَمَلْنٰهُ عَلٰی ذَاتِ اَلْوَاحٍ وَّدُسُرٍ ۟ۙ

আৰু আমি নূহ আলাইহিচ্ছালামক ফলক আৰু পেৰেক বিশিষ্ট নাঁৱত আৰোহণ কৰাই তেওঁক আৰু তেওঁৰ সৈতে আৰোহণ কৰা লোকসকলক ডুবি যোৱাৰ পৰা ৰক্ষা কৰিছিলোঁ। info
التفاسير:
ߟߝߊߙߌ ߟߎ߫ ߢߊ߬ߕߣߐ ߘߏ߫ ߞߐߜߍ ߣߌ߲߬ ߞߊ߲߬:
• مشروعية الدعاء على الكافر المصرّ على كفره.
কুফৰীৰ ওপৰত অবিচল থকা কাফিৰৰ প্ৰতি বদ দু‘আ কৰা বৈধ। info

• إهلاك المكذبين وإنجاء المؤمنين سُنَّة إلهية.
অস্বীকাৰকাৰীসকলক ধ্বংস কৰা আৰু মুমিনসকলক ৰক্ষা কৰা আল্লাহৰ অমিয় নিয়ম। info

• تيسير القرآن للحفظ وللتذكر والاتعاظ.
মুখস্থ কৰিবলৈ, শিক্ষা আৰু উপদেশ গ্ৰহণ কৰিবলৈ কোৰআনক অতি সহজ কৰি দিয়া হৈছে। info