ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫.

external-link copy
42 : 51

مَا تَذَرُ مِنْ شَیْءٍ اَتَتْ عَلَیْهِ اِلَّا جَعَلَتْهُ كَالرَّمِیْمِ ۟ؕ

সেই বতাহে যি প্ৰাণ আৰু ধন-সম্পদৰ ওপৰেৰে অতিক্ৰম কৰিছিল, তাক ধ্বংস কৰিহে এৰিছিল আৰু সেই পূৰণি বস্তুৰ দৰে অৱস্থা কৰি দিছিল, যিটো পূৰণি হোৱাৰ ফলত টুকুৰা-টুকুৰ হৈ যায়। info
التفاسير:
ߟߝߊߙߌ ߟߎ߫ ߢߊ߬ߕߣߐ ߘߏ߫ ߞߐߜߍ ߣߌ߲߬ ߞߊ߲߬:
• الإيمان أعلى درجة من الإسلام.
ইছলামতকৈ ঈমানৰ মৰ্যাদা অধিক। info

• إهلاك الله للأمم المكذبة درس للناس جميعًا.
অস্বীকাৰকাৰী উম্মতবোৰক আল্লাহে ধ্বংস কৰা বিষয়টো হৈছে গোটেই মানৱজাতিৰ বাবে এটা শিক্ষা। info

• الخوف من الله يقتضي الفرار إليه سبحانه بالعمل الصالح، وليس الفرار منه.
আল্লাহক ভয় কৰাৰ অৰ্থ হৈছে, তেওঁৰ পিনে অগ্ৰসৰ হৈ সৎকৰ্ম কৰা, তেওঁৰ পৰা আঁতৰি যোৱা নহয়। info