ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫.

external-link copy
20 : 51

وَفِی الْاَرْضِ اٰیٰتٌ لِّلْمُوْقِنِیْنَ ۟ۙ

পৃথিৱীৰ মাজত লগতে ইয়াত আল্লাহে সৃষ্টি কৰা পাহাৰ-পৰ্বত, সাগৰ, নদ-নদী, বৃক্ষ, গছ-গছনি আৰু জীৱ-জন্তু আদিৰ মাজত সেইসকল লোকৰ বাবে আল্লাহৰ ক্ষমতাৰ নিদৰ্শন আছে, যিসকলে আল্লাহক স্ৰষ্টা হিচাপে বিশ্বাস কৰে। info
التفاسير:
ߟߝߊߙߌ ߟߎ߫ ߢߊ߬ߕߣߐ ߘߏ߫ ߞߐߜߍ ߣߌ߲߬ ߞߊ߲߬:
• إحسان العمل وإخلاصه لله سبب لدخول الجنة.
নিৰ্ভেজালভাৱে আল্লাহৰ বাবে সৎকৰ্ম কৰাটো হৈছে জান্নাতত প্ৰৱেশ কৰাৰ উপায়। info

• فضل قيام الليل وأنه من أفضل القربات.
ৰাতিৰ চালাতৰ গুৰুত্ব, তথা তাহাজ্জুদ হৈছে সান্নিধ্য লাভ কৰাৰ অন্যতম ইবাদত। info

• من آداب الضيافة: رد التحية بأحسن منها، وتحضير المائدة خفية، والاستعداد للضيوف قبل نزولهم، وعدم استثناء شيء من المائدة، والإشراف على تحضيرها، والإسراع بها، وتقريبها للضيوف، وخطابهم برفق.
অতিথি আপ্যায়নৰ কেইটামান বিশেষ নীতি হৈছে এনেকুৱাঃ উত্তমভাৱে ছালামৰ উত্তৰ দিয়া, গোপনে খাদ্য বস্তু উপস্থিত কৰা, অতিথি অহাৰ পূৰ্বৰে পৰা ইয়াৰ বাবে প্ৰস্তুতি লোৱা, অতিথিসকলৰ সন্মুখৰ পৰা কোনো বস্তু পৃথকে ৰখা ঠিক নহয়, খোৱা বস্তু নিজে উপস্থিত কৰা, এইক্ষেত্ৰত ততাতৈয়া কৰা, পানাহাৰ অতিসকলৰ সন্মুখত আগুৱাই দিয়া, তেওঁলোকৰ সৈতে বিনম্ৰতাৰে কথা কোৱা ইত্যাদি। info