ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫.

external-link copy
24 : 50

اَلْقِیَا فِیْ جَهَنَّمَ كُلَّ كَفَّارٍ عَنِیْدٍ ۟ۙ

আল্লাহে দুয়োজন ফিৰিস্তাক ক’ব, যিয়ে খেদি লৈ আহিছিল আৰু যিয়ে সাক্ষী প্ৰদান কৰিছেঃ সত্যক অস্বীকাৰ কৰা আৰু ইয়াৰ প্ৰতি বিদ্বেষ পোষণ কৰা প্ৰত্যেক ব্যক্তিকেই জাহান্নামত নিক্ষেপ কৰা। info
التفاسير:
ߟߝߊߙߌ ߟߎ߫ ߢߊ߬ߕߣߐ ߘߏ߫ ߞߐߜߍ ߣߌ߲߬ ߞߊ߲߬:
• علم الله بما يخطر في النفوس من خير وشر.
মানুহৰ অন্তৰত উদ্ভৱ হোৱা ভাল-বেয়া ধাৰণা সম্পৰ্কেও আল্লাহ অৱগত। info

• خطورة الغفلة عن الدار الآخرة.
আখিৰাতৰ পৰা অমনোযোগিতা হৈছে অতি ভয়াৱহ। info

• ثبوت صفة العدل لله تعالى.
আল্লাহৰ অন্যতম এটা বিশেষণ ‘ন্যায়’ সম্পৰ্কে প্ৰমাণ পোৱা গ’ল। info