ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫.

external-link copy
12 : 50

كَذَّبَتْ قَبْلَهُمْ قَوْمُ نُوْحٍ وَّاَصْحٰبُ الرَّسِّ وَثَمُوْدُ ۟ۙ

হে ৰাছুল! এই অস্বীকাৰকাৰীসকলৰ পূৰ্বেও বহুতো সম্প্ৰদায়ে নিজ নিজ নবীসকলক অস্বীকাৰ কৰিছে। এতেকে নূহ আলাইহিচ্ছালামৰ সম্প্ৰদায়, কুঁৱাৰ অধিবাসী আৰু ছামূদ সম্প্ৰদায়েও অস্বীকাৰ কৰিছে। info
التفاسير:
ߟߝߊߙߌ ߟߎ߫ ߢߊ߬ߕߣߐ ߘߏ߫ ߞߐߜߍ ߣߌ߲߬ ߞߊ߲߬:
• المشركون يستعظمون النبوة على البشر، ويمنحون صفة الألوهية للحجر!
মুশ্বৰিকসকলে মানুহৰ প্ৰতি নবুওৱতক বিশ্বাস নকৰে, পক্ষান্তৰে শিলকো প্ৰভু বুলি উপাসনা কৰে। info

• خلق السماوات، وخلق الأرض، وإنزال المطر، وإنبات الأرض القاحلة، والخلق الأول: كلها أدلة على البعث.
আকাশমণ্ডলৰ সৃষ্টি, পৃথিৱীৰ সৃষ্টি, বৰষুণ, মৃত ভূমি জীৱিত কৰা, প্ৰথম সৃষ্টি আদি গোটেইবোৰ হৈছে আখিৰাতৰ পুনৰ্জনমৰ স্পষ্ট প্ৰমাণ। info

• التكذيب بالرسل عادة الأمم السابقة، وعقاب المكذبين سُنَّة إلهية.
ৰাছুলসকলক অস্বীকাৰ কৰাটো পূৰ্বৱৰ্তী উম্মতবোৰৰ স্বভাৱত পৰিণত হৈছিল। আনহাতে অস্বীকাৰকাৰীসকলক শাস্তি বিহাটো হৈছে আল্লাহৰ নীতি। info