ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫.

external-link copy
36 : 5

اِنَّ الَّذِیْنَ كَفَرُوْا لَوْ اَنَّ لَهُمْ مَّا فِی الْاَرْضِ جَمِیْعًا وَّمِثْلَهٗ مَعَهٗ لِیَفْتَدُوْا بِهٖ مِنْ عَذَابِ یَوْمِ الْقِیٰمَةِ مَا تُقُبِّلَ مِنْهُمْ ۚ— وَلَهُمْ عَذَابٌ اَلِیْمٌ ۟

যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ লগত কুফুৰী কৰে, সিহঁত যদি পৃথিৱীৰ সকলো বস্তুৰ মালিক হয়, লগতে ইয়াৰ বাহিৰেও যদি সিহঁতৰ ওচৰত সম্পত্তি থাকে আৰু সেই সকলোবোৰ সম্পত্তি যদি সিহঁতে ক্বিয়ামতৰ দিনা শাস্তিৰ পৰা মুক্তি লাভৰ উদ্দেশ্যে দিব বিচাৰে, তথাপিও সিহঁতৰ পৰা সেয়া গ্ৰহণ কৰা নহ'ব। সিহঁতক কষ্টকৰ শাস্তি প্ৰদান কৰা হ'ব।
info
التفاسير:
ߟߝߊߙߌ ߟߎ߫ ߢߊ߬ߕߣߐ ߘߏ߫ ߞߐߜߍ ߣߌ߲߬ ߞߊ߲߬:
• حرمة النفس البشرية، وأن من صانها وأحياها فكأنما فعل ذلك بجميع البشر، وأن من أتلف نفسًا بشرية أو آذاها من غير حق فكأنما فعل ذلك بالناس جميعًا.
মানুহৰ প্ৰাণৰ মৰ্যদা প্ৰদান কৰা হৈছে। এইদৰে যে, যিয়ে ইয়াক ৰক্ষা কৰিব তথা জীৱন দান দিব, সি যেনিবা এই উপকাৰ গোটেই মানৱ জাতিৰ লগত কৰিলে। আনহাতে যিয়ে কোনো ব্যক্তিৰ প্ৰাণ নাশ কৰিলে অথবা অন্যায়ভাৱে কষ্ট প্ৰদান কৰিলে, সি যেনিবা গোটেই মানৱ জাতিৰ লগত এনেকুৱা কৰিলে। info

• عقوبة الذين يحاربون الله ورسوله ممن يفسدون بالقتل وانتهاب الأموال وقطع الطرق هي: القتل بلا صلب، أو مع الصلب، أو قطع الأطرف من خلاف، أو بتغريبهم من البلاد؛ وهذا على حسب ما صدر منهم.
যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ লগত যুদ্ধ কৰে, পৃথিৱীত হত্যা, লুন্ঠনৰ জৰিয়তে বিপৰ্যয় সৃষ্টি কৰে। সিহঁতৰ শাস্তি এই যে, সিহঁতক সিহঁতৰ অপৰাধ অনুসাৰে হত্যা কৰা হ'ব অথবা ফাঁচি দিয়া হ'ব নাইবা সিহঁতৰ হাত ভৰি বিপৰীত ফালৰ পৰা কৰ্তন কৰা হ'ব, নাইবা সিহঁতক দেশৰ পৰা বহিষ্কাৰ কৰা হ'ব। info

• توبة المفسدين من المحاربين وقاطعي الطريق قبل قدرة السلطان عليهم توجب العفو.
চুৰি, ডকাইতি তথা উপদ্ৰৱকাৰী সকল যদি প্ৰশাসনৰ নিয়ন্ত্ৰণত অহাৰ পূৰ্বে তাওবা (নিজৰ অপৰাধৰ প্ৰতি অনুতপ্ত হয়) কৰে, তেন্তে সিহঁতক ক্ষমা কৰি দিয়া হ'ব। info