ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫.

external-link copy
36 : 40

وَقَالَ فِرْعَوْنُ یٰهَامٰنُ ابْنِ لِیْ صَرْحًا لَّعَلِّیْۤ اَبْلُغُ الْاَسْبَابَ ۟ۙ

ফিৰআউনে তাৰ মন্ত্ৰী হামানক ক’লেঃ হে হামান! মোৰ বাবে এটা সুউচ্চ ভৱন নিৰ্মাণ কৰা, যাতে মই কোনো পথ বিচাৰি পাওঁ। info
التفاسير:
ߟߝߊߙߌ ߟߎ߫ ߢߊ߬ߕߣߐ ߘߏ߫ ߞߐߜߍ ߣߌ߲߬ ߞߊ߲߬:
• الجدال لإبطال الحق وإحقاق الباطل خصلة ذميمة، وهي من صفات أهل الضلال.
সত্যক মিছা আৰু মিছাক সত্য প্ৰমাণিত কৰিবলৈ বিতৰ্ক কৰাটো হৈছে বেয়া স্বভাৱ। এইটো পথভ্ৰষ্ট লোকসকলৰ বৈশিষ্ট্য। info

• التكبر مانع من الهداية إلى الحق.
অহংকাৰে সত্যক স্বীকাৰ কৰিবলৈ বাধা দিয়ে। info

• إخفاق حيل الكفار ومكرهم لإبطال الحق.
সত্যক মিছা প্ৰমাণিত কৰিবলৈ কাফিৰসকলৰ চক্ৰান্ত সদায় বিফল হয়। info

• وجوب الاستعداد للآخرة، وعدم الانشغال عنها بالدنيا.
পাৰ্থিৱ জীৱনৰ ব্যস্ততা পৰিহাৰ কৰি আখিৰাতৰ বাবে প্ৰস্তুতি লোৱা অনিবাৰ্য। info