ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫.

external-link copy
87 : 38

اِنْ هُوَ اِلَّا ذِكْرٌ لِّلْعٰلَمِیْنَ ۟

কোৰআন কেৱল সেইসকল মানৱ আৰু জিনৰ বাবে উপদেশ, যিসকলে চৰিয়ত পালন কৰিবলৈ দায়িত্বপ্ৰাপ্ত। info
التفاسير:
ߟߝߊߙߌ ߟߎ߫ ߢߊ߬ߕߣߐ ߘߏ߫ ߞߐߜߍ ߣߌ߲߬ ߞߊ߲߬:
• الداعي إلى الله يحتسب الأجر من عنده، لا يريد من الناس أجرًا على ما يدعوهم إليه من الحق.
আল্লাহৰ প্ৰতি আহ্বান কৰা ব্যক্তিয়ে আল্লাহৰ ওচৰতেই ছোৱাব কামনা কৰে। সত্যৰ পিনে আহ্বান কৰিবলৈ মানুহৰ ওচৰত কোনো পাৰিশ্ৰমিক নিবিচাৰে। info

• التكلّف ليس من الدِّين.
দুমুখীয়া নীতিৰ সৈতে ইছলামৰ কোনো সম্পৰ্ক নাই। info

• التوسل إلى الله يكون بأسمائه وصفاته وبالإيمان وبالعمل الصالح لا غير.
আল্লাহৰ নাম, তেওঁৰ বিশেষণ আৰু ঈমান তথা নেক কৰ্মৰ জৰিয়তেহে আল্লাহৰ সৈতে মধ্যস্ততা কৰা সম্ভৱ। ইয়াৰ বাহিৰে আন কোনো উপায় নাই। info